আমাৰ বিষয়ে

১৯৯৯ চনৰ পৰা প্ৰকাশ পাই অহা 'অসমীয়া মায়া' এখন বিনোদনধৰ্মী আলোচনী।বৰ্তমান ৰবচন বৰুৱা আৰু বিতোপন বৰাৰ সম্পাদনাত প্ৰকাশ পাই থকা আলোচনীখনৰ প্ৰকাশিকা চিম্পী শইকীয়া। জ্ঞান আৰু মনোৰঞ্জনৰ সমাহাৰেৰে 'অসমীয়া মায়া'ই  অনলাইন সংস্কৰণো প্ৰকাশ কৰিছে। অসমৰ বহু লেখক-লেখিকা আৰু বিশেষকৈ সাংস্কৃতিক দিশৰ বহু শিল্পীৰ আত্মপ্ৰকাশৰ এক মঞ্চ হিচাপে পৰিগণিত হৈ অহা আলোচনীখনৰ শেহতীয়া উল্লেখযোগ্য অৱদান হৈছে 'মায়া প্ৰকাশন'। আলোচনী প্ৰকাশৰ সমানে সমানে 'মায়া প্ৰকাশন'-এ উদ্যোগ লৈছে প্ৰতিভাধৰ ন পুৰুষৰ গ্ৰন্থ প্ৰকাশৰ কাম।


মুখ্য কাৰ্যালয়                         : অসমীয়া মায়া, গংগা বিবাহ ভৱনৰ সমীপত, এ.টি. ৰোড, যোৰহাট

গুৱাহাটী কাৰ্যালয়                 : ৰেড মিডিয়া, ঘৰ নং-২, ২ নং উপপথ, ৰাজগড় ৰোড, গুৱাহাটী-৩ 


পৃষ্ঠপোষক                  : জুবিন গাৰ্গ

মুখ্য সম্পাদক           ৰবচন বৰুৱা [অবৈতনিক]

সম্পাদক                  বিতোপন বৰা [অবৈতনিক]

প্ৰকাশক                         : চিম্পী শইকীয়া

বু্যৰো চীফ                 : ভাস্কৰ সাধনিদাৰ

সহযোগী সম্পাদক                 : শেখৰজ্যোতি বৈশ্য

পৰিচালন সঞ্চালক                 : অৰূপ কুমাৰ

অফিচিয়েল ফটোগ্ৰাফাৰ : বিক্ৰম বৰপাত্ৰ

ব্যৱস্থাপনা                 : অসীম ভাগৱতী 


হোৱাটচ এপ নম্বৰ                   :     ৯৮৬৪০-২৫৪৮৫ 

                                                       magazinemaya2015@gmail.com

কাৰ্যালয়                                   :     ৮১৩৫৯১৪০৯৪